NorthEast Now
NorthEast Now
  • Видео 14 195
  • Просмотров 97 769 117
ব্যতিক্ৰম-প্ৰশংসনীয়; টিম ইণ্ডিয়াৰ নামত গছপুলি ৰোপন কৰিলে কোনে?
⛔বিজয় উল্লাসত টিম ইণ্ডিয়াৰ নামত গছপুলি ৰোপন!
⛔জনপ্ৰিয় কৌতুক অভিনেতা ৰাজীৱ ক্ৰ’ৰ ব্যতিক্ৰমী-অতুলনীয় আৰু প্ৰশংসনীয় পদক্ষেপ!
⛔ৰাইজলৈও সুন্দৰ বাৰ্তা জনপ্ৰিয় কৌতুক অভিনেতাগৰাকীৰ!___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now
Просмотров: 187

Видео

পিযুষ-প্ৰদ্যুতৰ বিস্ফোৰক অভিযোগ-প্ৰতিঅভিযোগে কঁপাইছে সামাজিক মাধ্যম!
Просмотров 27 тыс.20 часов назад
🛑প্ৰসংগ: ইন্দ্ৰজিৎ দাস! 🛑মন্ত্ৰী পিযুষ VS সাংসদ প্ৰদ্যুত! 🛑পিযুষক লৈ সাৱধানবাণী শুনালে প্ৰদ্যুতে! 🛑সাংসদ বৰদলৈৰ বিস্ফোৰক ফেচবুক পোষ্টে কঁপাইছে সামাজিক মাধ্যম! 🛑স্পষ্টীকৰণ দিবলৈ বাধ্য হ’ল মন্ত্ৰী পিযুষ হাজৰিকা! 🛑মন্ত্ৰী পিযুষ হাজৰিকাক জাগীৰোড সমষ্টিত সমালোচনা নকৰিব! 🛑অন্যথা জপিয়াই পৰিব পিযুষৰ গুণ্ডাবাহিনী! 🛑বিশেষ সম্প্ৰদায়ৰ ভোট লৈ জয়ী হৈছে প্ৰদ্যুত বৰদলৈ! 🛑প্ৰদ্যুত বৰদলৈৰ বিৰুদ্ধে আইনী ব্যৱস্থা ...
চাৰিওফালে অঘটন! মানুহৰ বাবে নহয় নেকি বিজেপিৰ উলম্ব উন্নয়ন?
Просмотров 1,9 тыс.14 часов назад
চাৰিওফালে অঘটন! মানুহৰ বাবে নহয় নেকি বিজেপিৰ উলম্ব উন্নয়ন? মোদীৰ উন্নযন বিপদজনক উন্নযন নেকি? মুখ্য সম্পাদক পৰেশ মালাকাৰৰ প্ৰাসংগিক প্ৰশ্ন Like, share and subscribe our channel. Follow us on: Facebook - nenownews/ Twitter - NENowNews/ Instagram - northeast.now
ৰাহুলে কথা ক'লেই মাইক বন্ধ? কিয় চুড়ান্ত অগণতান্ত্ৰিক ওম বিৰলা?
Просмотров 49 тыс.14 часов назад
⛔ৰাহুল-মল্লিকাৰ্জুনকে ধৰি বিৰোধীয়ে কথা ক'লেই সংসদত মাইক বন্ধ কিয়? ⛔কিয় চুড়ান্ত অগণতান্ত্ৰিক হৈ পৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলা? ⛔কেনে নতুন অপ সংস্কৃতিৰ সৃষ্টি কৰিছে ওম বিৰলাই? ⛔আঁকোৰগোজ বিৰোধীৰ প্ৰতিবাদত সোমবাৰলৈ স্থগিত সদন! ⛔বিৰোধীৰ ক্ষেত্ৰত মাইক বন্ধ কৰিলে অত্যাধুনিক চাউণ্ড চিষ্টেমৰে সু-সজ্জিত নতুন সংসদ ভৱনৰ প্ৰয়োজন আছিল নে? ⛔ জয় সংবিধান ধ্বনি সহ্য কৰিব নোৱাৰে নেকি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই? ...
অদ্ভুত-অলৌকিক-শিহৰণকাৰী! এইবোৰ কি হৈছে বিথীকা দেৱীৰ?
Просмотров 74414 часов назад
🛑অদ্ভুত-অলৌকিক-শিহৰণকাৰী! 🛑ব্লেদৰে অকিওৱাৰ দৰে চিহ্ন দেহৰ সকলো অংশত! 🛑চিকিত্সাৰ বাবে দিল্লী মুম্বাই আৰু চেন্নাইলৈও গ’ল! 🛑তন্ত্ৰ-মন্ত্ৰয়ো দিয়া নাই কোনো কাম! 🛑উপায়ন্তৰ বিথিকাই মুখ্যমন্ত্ৰীলৈ জনালে বিশেষ অনুৰোধ! Like, share and subscribe our channel. Follow us on: Facebook - nenownews/ Twitter - NENowNews/ Instagram - northeast.now
সাম্প্ৰদায়িক মন্তব্যৰে টাৰ্গেট কৰিছে কাক?
Просмотров 10 тыс.14 часов назад
📌 যোৰহাটক ৰক্ষা কৰিব নোৱাৰা মন্ত্ৰী পীযুষে 📌 সাম্প্ৰদায়িক মন্তব্যৰে টাৰ্গেট কৰিছে কাক? #PijushHazarika #AssameCM #HimantaBiswaSarma #GauravGogoi #BJP #Congress Like, share and subscribe our channel. Follow us on: Facebook - nenownews/ Twitter - NENowNews/ Instagram - northeast.now
আইনী ব্যৱস্থাৰে মন্ত্ৰী পিযুষক নাকী লগোৱাৰ সাহসকণ DGPৰ আছে নে?
Просмотров 6 тыс.17 часов назад
⏭️পুৰণি Video ৰে পিযুষৰ সাম্প্ৰদায়িক বিষবাস্প! ⏭️সাধাৰণ লোকক হুংকাৰ দিয়া DGP ৰ মন্ত্ৰী পিযুষৰ ক্ষেত্ৰত আইনী ব্যৱস্থা লোৱাৰ সাহস হ'ব নে? ⏭️সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা মন্ত্ৰী পিযুষক আইনী ব্যৱস্থাৰে নাকী লগোৱাৰ সাহসকণ DGPৰ আছে নে? Like, share and subscribe our channel. Follow us on: Facebook - nenownews/ Twitter - NENowNews/ Instagram - northeast.now
তুলিৰাম ৰংহাংক বাটত আগুচি গামোচা পিন্ধাই পথ নিৰ্মাণৰ বাবে আহ্বান ৰাইজৰ!
Просмотров 33717 часов назад
মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ এটি পথৰ বাবে উপায়বিহীন ৰাইজে কাৰ্বিআংলংৰ C E M তুলিৰাম ৰংহাংক বাটত আগুচি গামোচা পিন্ধাই পথ নিৰ্মাণৰ বাবে জনালে আবেদন। Like, share and subscribe our channel. Follow us on: Facebook - nenownews/ Twitter - NENowNews/ Instagram - northeast.now
বিৰোধী দলৰ নেতা হিচাপে কি কি সুবিধা লাভ কৰিব গান্ধীয়ে?
Просмотров 1,2 тыс.17 часов назад
📌 প্ৰথমবাৰ সাংবিধানিক পদত ৰাহুল গান্ধী 📌 বিৰোধী দলৰ নেতা হিচাপে কি কি সুবিধা লাভ কৰিব গান্ধীয়ে? #RahulGandhi #LeadderOfOpposition #LokSabha #Congress #INDIA Like, share and subscribe our channel. Follow us on: Facebook - nenownews/ Twitter - NENowNews/ Instagram - northeast.now
যদি বাইক চুৰি কৰি নিয়াসকলৰ সহায়ৰ সাৰথি হেলমেটটোৱেই হয়? কি নিয়ম প্ৰস্তুত কৰিলে এইবোৰ?
Просмотров 40617 часов назад
যদি বাইক চুৰি কৰি নিয়াসকলৰ সহায়ৰ সাৰথি হেলমেটটোৱেই হয়? কি নিয়ম প্ৰস্তুত কৰিলে এইবোৰ? Like, share and subscribe our channel. Follow us on: Facebook - nenownews/ Twitter - NENowNews/ Instagram - northeast.now
"ভাল বজাৰ বিচাৰি ফুৰে জনতাই" মূল্যবৃদ্ধিৰ সূত্ৰ আৱিষ্কাৰ যোগান মন্ত্ৰীৰ!
Просмотров 74717 часов назад
▶️সাৰ পাইছে নে যোগাসন মন্ত্ৰী মহোদয়? ▶️"পাচলিৰ বিষয়টো মোৰ বিষয় নহয়" ▶️মূল্যবৃদ্ধিৰ জুইয়ে দহা মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্য ▶️"ভাল বজাৰ বিচাৰি ফুৰে জনতাই" মূল্যবৃদ্ধিৰ সূত্ৰ আৱিষ্কাৰ কৰি কি ক'লে যোগান মন্ত্ৰীয়ে! Like, share and subscribe our channel. Follow us on: Facebook - nenownews/ Twitter - NENowNews/ Instagram - northeast.now
এয়াই হৈছে মোদী চৰকাৰৰ উন্নয়নৰ স্বৰূপ!
Просмотров 2,9 тыс.17 часов назад
📌 মোদী চৰকাৰৰ উন্নয়নৰ নমুনা! 📌 খহি পৰিল দিল্লী বিমানবন্দৰৰ ছালি 📌 থিতাতে নিহত ৩, আহত ৬ #ModiGovt #DelhiAirportTerminal #DelhiAirportTerminalCollapses #IndirtaGandhiInternationalAirport Like, share and subscribe our channel. Follow us on: Facebook - nenownews/ Twitter - NENowNews/ Instagram - northeast.now
Jioক দেখি উঠিল গা.... Airtelএ বোলে মোকো চা.....!
Просмотров 56717 часов назад
Jioক দেখি উঠিল গা.... Airtelএ বোলে মোকো চা.....! Like, share and subscribe our channel. Follow us on: Facebook - nenownews/ Twitter - NENowNews/ Instagram - northeast.now
উৰণীয়া সেঁতু, ফ'ৰলেন পথ নিৰ্মাণৰে চমক দিয়া হিমন্তৰ শাসনত পথৰ দুৰৱস্থা এয়া!_
Просмотров 80617 часов назад
🟣পথাৰৰ বোকা বা পুখুৰী বুলি ভুল নুবুজিব! 🟣তিনিটা প ৰ সমস্যা দূৰ কৰিম বুলি বাৰেপতি প্ৰতিশ্ৰুতি দিয়া মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিৰ পথৰ দুৰৱস্থা এয়া! 🟣উৰণীয়া সেঁতু, ফ'ৰলেন পথ নিৰ্মাণৰে চমক দিয়া হিমন্তৰ শাসনত পথৰ দুৰৱস্থাৰ প্ৰকৃত ছবিখন! Like, share and subscribe our channel. Follow us on: Facebook - nenownews/ Twitter - NENowNews/ Instagram - northeast.now
জৱাহৰলাল নেহৰুৰ সৈতে কি কি গুণৰ মিল আছে ৰাহুল গান্ধীৰ?
Просмотров 8 тыс.19 часов назад
জৱাহৰলাল নেহৰুৰ সৈতে কি কি গুণৰ মিল আছে ৰাহুল গান্ধীৰ?
নিৰীহ যুৱকক অত্যাচাৰ চলোৱা আৰক্ষীৰে সৈতে আপুনি কেনে ফটুৱা শাসন চলাইছে হিমন্তবিশ্ব?
Просмотров 55 тыс.19 часов назад
নিৰীহ যুৱকক অত্যাচাৰ চলোৱা আৰক্ষীৰে সৈতে আপুনি কেনে ফটুৱা শাসন চলাইছে হিমন্তবিশ্ব?
প্ৰধানমন্ত্ৰী উত্তৰ দিয়ক উত্তৰ দিয়ক
Просмотров 6 тыс.19 часов назад
প্ৰধানমন্ত্ৰী উত্তৰ দিয়ক উত্তৰ দিয়ক
সস্তীয়া ৰাজনীতি এৰক; হিমন্ত-পিযুষক তুলা-ধূনা বিধায়ক অখিল গগৈৰ!
Просмотров 20 тыс.19 часов назад
সস্তীয়া ৰাজনীতি এৰক; হিমন্ত-পিযুষক তুলা-ধূনা বিধায়ক অখিল গগৈৰ!
জৰুৰীকালীন অৱস্থাৰ দোহাই দি দি কিমান বিৰোধী নেতাক অত্যাচাৰ চলাব মোদীয়ে?
Просмотров 20 тыс.21 час назад
জৰুৰীকালীন অৱস্থাৰ দোহাই দি দি কিমান বিৰোধী নেতাক অত্যাচাৰ চলাব মোদীয়ে?
চাহ খেতিয়কৰ বাবে AI আৰু ইণ্টাৰনেটৰ আধাৰত প্ৰস্তুত কৰি উলিওৱা হৈছে উন্নত মানদণ্ডৰ প্ৰযুক্তি !
Просмотров 23621 час назад
চাহ খেতিয়কৰ বাবে AI আৰু ইণ্টাৰনেটৰ আধাৰত প্ৰস্তুত কৰি উলিওৱা হৈছে উন্নত মানদণ্ডৰ প্ৰযুক্তি !
এফালে CM পত্নীৰ ব্যক্তিগত বিদ্যালয়ৰে চমক; আনফালে চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থা!
Просмотров 8 тыс.21 час назад
এফালে CM পত্নীৰ ব্যক্তিগত বিদ্যালয়ৰে চমক; আনফালে চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থা!
সংসদত সমুখ সমৰত প্ৰবৃত্ত হ’ব প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধী
Просмотров 9 тыс.21 час назад
সংসদত সমু সমৰত প্ৰবৃত্ত হ’ব প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধী
সদনত বিৰোধীৰ কণ্ঠক তুলি ধৰিবলৈ দিয়াটো অতি প্ৰয়োজনীয়: ৰাহুল গান্ধী
Просмотров 4,2 тыс.21 час назад
সদনত বিৰোধীৰ কণ্ঠক তুলি ধৰিবলৈ দিয়াটো অতি প্ৰয়োজনীয়: ৰাহুল গান্ধী
এয়াই গণতন্ত্ৰৰ প্ৰকৃত সৌন্দৰ্য নহয় নে? ৰাহুল-মোদীক সদনৰ মজিয়াত দেখা গ'ল এনেকৈয়ে!
Просмотров 2 тыс.21 час назад
এয়াই গণতন্ত্ৰৰ প্ৰকৃত সৌন্দৰ্য নহয় নে? ৰাহুল-মোদীক সদনৰ মজিয়াত দেখা গ'ল এনেকৈয়ে!
ইন্দিৰা গান্ধীৰ "Emergency" আৰু মোদীৰ অঘোষিত "Emergency"ৰ মাজত পাৰ্থক্য কি?
Просмотров 3,4 тыс.День назад
ইন্দিৰা গান্ধীৰ "Emergency" আৰু মোদীৰ অঘোষিত "Emergency"ৰ মাজত পাৰ্থক্য কি?
অৰ্ণৱৰ ভণ্ডামি! NEET কেলেংকাৰীত চৰকাৰৰ হৈ ওকালতি ৰাহুললৈ বাঘ চকু!
Просмотров 20 тыс.День назад
অৰ্ণৱৰ ভণ্ডামি! NEET কেলেংকাৰীত চৰকাৰৰ হৈ ওকালতি ৰাহুললৈ বাঘ চকু!
আইতাৱকে জৰুৰীকালীন অৱস্থা ঘোষণাৰ দিনটোতে হাতত সংবিধান লৈ ৰাহুলৰ শপতগ্ৰহণ
Просмотров 873День назад
আইতাৱকে জৰুৰীকালীন অৱস্থা ঘোষণাৰ দিনটোতে হাতত সংবিধান লৈ ৰাহুলৰ শপতগ্ৰহণ
কামাখ্যা ধামত হাজাৰ-হাজাৰ সাধু-সন্ন্যাসী নামিল প্ৰতিবাদত!
Просмотров 535День назад
কামাখ্যা ধামত হাজাৰ-হাজাৰ সাধু-সন্ন্যাসী নামিল প্ৰতিবাদত!
এজাক বৰষুণতে যোৰাবাটত তীব্ৰ যান-জঁট আৰু কৃত্ৰিম বান!
Просмотров 480День назад
এজাক বৰষুণতে যোৰাবাটত তীব্ৰ যান-জঁট আৰু কৃত্ৰিম বান!
পৰীক্ষাৰ পেপাৰ লিকৰ পাছতে এইবাৰ ৰামমন্দিৰৰ মূধচত লিক!
Просмотров 1,5 тыс.День назад
পৰীক্ষাৰ পেপাৰ লিকৰ পাছতে এইবাৰ ৰামমন্দিৰৰ মূধচত লিক!

Комментарии

  • @inglishvlogs1015
    @inglishvlogs1015 15 часов назад

    অভিশপ্ত ওপৰৰ মাল, গাত পোক লাগিব, নিজৰ পৰিয়ালৰ কথা ভবা উচিত, আনৰ পৰিয়ালক অত্যাচাৰ কৰাৰ আগতে,

  • @anitabordoloi1570
    @anitabordoloi1570 15 часов назад

    Pradyut BORDOLOI Zindabad

  • @ankurok1969
    @ankurok1969 16 часов назад

    Toi eta goru aru opodartho . Toi sua seleka . Toi zindagit montri hobo nuara

  • @jahirulislam4311
    @jahirulislam4311 16 часов назад

    ইস্মিতি ৰাণীৰ কথাটো মনত পেলালেই হল। কি অবস্থা হৈছে চিলিণ্ডাৰ ৰাণীৰ।

  • @sarbanandagogoi6549
    @sarbanandagogoi6549 16 часов назад

    অঙ্গাৰী BJPমন্তি বিধায়ক অপশাসনৰ এই ৫টা বছৰে শেখ অহা২০২৬ত অসমৰ জনসাধৰনে নিচ্ছয় উত্তৰ দিব।

  • @narayankumarbora3762
    @narayankumarbora3762 16 часов назад

    এইজনা দেখুন আগতে ৰহা সমষ্টিৰ বিধায়ক আছিল, পাহৰিলে নেকি? সন্মানীয় প্ৰধান মন্ত্ৰী মোদী ডাঙৰীয়া গুজৰাটত নিৰ্বাচনত জিকি মুখ্যমন্ত্ৰী হৈছিল। বৰ্তমান UP ৰ বৃন্দা বন সমষ্টিৰ পৰা জিকি প্ৰধানমন্ত্ৰী হৈছে। গতিকে, সন্মানীয় বৰদলৈ , গৌৰৱ গগৈ য়ে সমষ্টি সলনি কৰি আইন বিৰোধী কাম কৰিলে নেকি?

  • @simantahazarika5060
    @simantahazarika5060 16 часов назад

    অতী দৰ্প হত লঙ্কা

  • @ArunHazarika-xi9ep
    @ArunHazarika-xi9ep 16 часов назад

    ধেৎ কেলা ভাৰত এনেকোৱা দেশ হব বুলি ভবা নাছিলো

  • @7gc970
    @7gc970 16 часов назад

    ভাল কৰিলে আৰু মাৰিব লাগে ইনেই কোনো কাকো এইবোৰ নকৰে । কিবাৰ কাহিনি আছে ।

  • @user-qg9dt9zb1c
    @user-qg9dt9zb1c 16 часов назад

    মামা আগত পিয়াঁজ পিছত।

  • @tonkeswargogoi5761
    @tonkeswargogoi5761 17 часов назад

    এই টো সোনকালে মৰি লেই হল।

  • @JakirHussain-nh7ho
    @JakirHussain-nh7ho 17 часов назад

    আৰু ভোট দিবা বিজেপিক

  • @test-ix9im
    @test-ix9im 17 часов назад

    Case kor na high court ot.... sob thik hbo

  • @SakolTudu-e1u
    @SakolTudu-e1u 17 часов назад

    Hemonto baswari men kada ce gono gosti do bon ban kani

  • @JayPegu321
    @JayPegu321 17 часов назад

    কাম নাই চৰকাৰ...

  • @dilipgogoi3682
    @dilipgogoi3682 17 часов назад

    ৰাম ৰাম। তুমি হে জানা।

  • @abarmanabarman103
    @abarmanabarman103 17 часов назад

    সত্য কথা😮

  • @RakeshLagachu
    @RakeshLagachu 17 часов назад

    Bjork. Adorable. Baal. Nalage❤

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 17 часов назад

    Right

  • @rofiqulislam1080
    @rofiqulislam1080 17 часов назад

    নিজে ৰহাৰ পৰা জাগীৰোডলৈ আহি বিধায়ক হৈ হিমুমামাৰ চামচাগিৰি কৰি মন্ত্ৰীত্ব পাই বেলেগক সমালোচনা কৰে পিয়াজ হাজৰিকাই !! ছি:ছি:নিধকটো!চালনীয়ে বেজীৰ ফুটা আছে বুলি ইতিকিঙ কৰে !!

  • @user-ul8si7dc6t
    @user-ul8si7dc6t 17 часов назад

    প্ৰদ্যুৎ বৰদলৈয়ে এশ শতাঙ্শ সঁচা কথা কৈছে

  • @hemkantaborah7434
    @hemkantaborah7434 17 часов назад

    গুণ্ডা পিযুষৰ গুণ্ডা বাহিনী। পিযুষ ওৰফে দম হাজৰিকা।

  • @user-om9xh3sr1f
    @user-om9xh3sr1f 17 часов назад

    Piyush mane Dalai, sur, abhadra

  • @Anime_barve
    @Anime_barve 18 часов назад

    Adhakha jnani nahay jnan shuna

  • @anilneog3769
    @anilneog3769 18 часов назад

    আজি আৰু সকলো অসমীয়া ৰাজনৈতিক দিশত অসচেতন নহয় ।কোন সচা কোন মিছা ভালদৰেই বুজি পায় । আত্মপক্ষৰ সমৰ্থনত যুক্তি দি লাভ নাই।

  • @babuldas3010
    @babuldas3010 18 часов назад

    2026 ot uporor maal khatam

  • @lalitpukan4197
    @lalitpukan4197 18 часов назад

    All the leaders of BJP r so proudy , will be the cause of down fall.

  • @pgoswami5378
    @pgoswami5378 18 часов назад

    এনে ফৰমূলাৰে কিমান বছৰ চলিব বাৰু? সময় সদায় একেই নাথাকে।

  • @kusholbhuyan4221
    @kusholbhuyan4221 18 часов назад

    Excellent reporting about neet

  • @user-cn2ub1cs9p
    @user-cn2ub1cs9p 18 часов назад

    এই সকলোবোৰ জনসাধাৰণৰ মাজত ভালদৰে বুজোৱাৰ চেষ্টা কৰক,তেনে 26তফল পাব

  • @RomaBora-pj6pu
    @RomaBora-pj6pu 18 часов назад

    সন্মান থাকিলেহে লাজ পাই, মিছলীয়া প্ৰধান মন্ত্ৰী সৰ্বকালৰ।

  • @techassam3121
    @techassam3121 18 часов назад

    Aibilakok kune vote die.....dekh khon ateau ihote karone pas pori thakile

  • @jumonigogoi6993
    @jumonigogoi6993 18 часов назад

    Bjp congress r vakhon hunibo ni bisora aku

  • @techassam3121
    @techassam3121 18 часов назад

    Ujonir minister mohan Bora ihotor kotha kuneu nuhune....homostit jahir kori lav nai ..

  • @salimhussain4907
    @salimhussain4907 18 часов назад

    পিয়াজৰ তেল বাঢ়িছে

  • @BK-bb5kt
    @BK-bb5kt 18 часов назад

    মুখমণ্ডলত অসংকা দেখা পাইছোঁ

  • @SarbeswarKalita-k2t
    @SarbeswarKalita-k2t 18 часов назад

    Gader.leder.

  • @iyaruddinalli4623
    @iyaruddinalli4623 18 часов назад

    Fopola city guwahati

  • @ranjitgowsami7891
    @ranjitgowsami7891 18 часов назад

    আপোনি ফকতিয়া কৈ জিকিলে 😂

  • @user-km6nx1rx1j
    @user-km6nx1rx1j 18 часов назад

    নিৰ্ভিক news ag বঢ়িছে dhynia😊

  • @traveller1234
    @traveller1234 18 часов назад

    Manuhtuk dekhile gundha gundha lage

  • @lalitpukan4197
    @lalitpukan4197 18 часов назад

    Not only in Assam but also in India.

  • @manashphukan6345
    @manashphukan6345 18 часов назад

    26 ত কংগ্ৰেছ চৰকাৰ আহিলে ইহঁতক পানিস্মেন্ত দিয়া হব।note কৰি ৰাখিব লাগে।

  • @ranjitgogoi3354
    @ranjitgogoi3354 18 часов назад

    You are so great.

  • @prasantarai3921
    @prasantarai3921 18 часов назад

    Eak samvaliba pora nai.

  • @birendranathsaikia2350
    @birendranathsaikia2350 19 часов назад

    Bordoloi is intelligent , BJP's think tank need to be changed . Congress is always for Mia for vote. They want 40% mia mla in the assembly . If indigenous people do not understand the real facts that our kitchen is surrounded by mia exactly what Dr Bhupen Hazarika explained in his song .

  • @user-ys1tp7id6q
    @user-ys1tp7id6q 19 часов назад

    comment porhilei buji pua jai... gunda kun ?

  • @jayadass2681
    @jayadass2681 19 часов назад

    এনে চৰিত্ৰ বিধায়ক কেইটামান সমষ্টিত আছে দেই।

    • @JakirHussain-nh7ho
      @JakirHussain-nh7ho 17 часов назад

      এই নেতা সকলক কোনে ভোট দিয়ে আচৰিত দেই

  • @rajudas4428
    @rajudas4428 19 часов назад

    Vl lagil dada katha xini xuni

  • @dharaniligira7255
    @dharaniligira7255 19 часов назад

    Not. Like it